Home / GK & FACT / আপুনি জানেনে ? আপুনি ব্যৱহাৰ কৰা মোবাইল ফোন কোনে আবিষ্কাৰ কৰিছে আৰু মানুহজনক চাইছেনে Assamese Fact, Assamese GK, Part 2

আপুনি জানেনে ? আপুনি ব্যৱহাৰ কৰা মোবাইল ফোন কোনে আবিষ্কাৰ কৰিছে আৰু মানুহজনক চাইছেনে Assamese Fact, Assamese GK, Part 2

আপুনি ব্যৱহাৰ কৰা মোবাইল ফোন কোনে আবিষ্কাৰ কৰিছে ? মোবাইল ফোন আবিষ্কাৰ কৰা মানুহজনক চাইছেনে ? দেখাত কেনেকুৱা, এনেধৰণৰ  কেইটামান আচৰিত আচৰিত প্ৰশ্ন আৰু উত্তৰ, Lockdown ৰ সময়ত ঘৰতে বহি কিছুমান নজনা কথা জানি লওক,  Assamese GK, Assamese Fact Part 2

1. ভাৰতৰ কোন ৰাজ্যত নাৰীৰ সংখ্যা বেছি
Ans: ভাৰতৰ কেৰেলা আৰু চিকিমত নাৰীৰ সংখ্যা বেছি
2. সাগৰৰ মাজত বিমান বন্দৰ কত আছে
Ans: জাপানৰ উচাকাত
3. লেপটপ কোনে কেতিয়া আবিষ্কাৰ কৰিছিল
Ans: এডাম অজবৰণী ১৯৮১ চনত লেপটপ আবিষ্কাৰ কপৰিছিল
4. ই- মেইল কোনে আৰু কেতিয়া আবিষ্কাৰ কৰিছিল
Ans: ভেলেয়াপা আয়া ডুৰাই শিবা ১৯৭৮ চনত ই-মেইল আবিষ্কাৰ কৰিছিল
5. মোবাইল ফোন কোনে আৰু কেতিয়া আবিষ্কাৰ কৰিছি
Ans: মাৰ্টিন কঁপাৰ, ১৯৭৩ চনত মোবাইল ফোন আবিষ্কাৰ কৰিছিল

Martin Cooper invented the mobile phone

Martin Cooper invented the mobile phone in 1973

Check Also

Combined Merit Scholarship Scheme 2021

Combined Merit Scholarship Scheme 2021 – Apply Online Scholarship

Combined Merit Scholarship Scheme 2021 – Director of Higher Education, (DHE) Assam released a advertisement …