Home / Assam job / আপুনি জানেনে ? কোন ঠাইৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ৰাতি কটায় ? Assamese Fact, Assamese GK, Part 1

আপুনি জানেনে ? কোন ঠাইৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ৰাতি কটায় ? Assamese Fact, Assamese GK, Part 1

Lockdown ৰ সময়ত ঘৰতে বহি কিছুমান নজনা কথা জানি লওক Assamese Fact, Assamese Fact Part 1. হাত- ভৰিত জিন জিনায় কিয় ?

কোনো কাৰণত যদি হাত ভৰিৰ স্নায়ুবোৰ ঠিকমতে মগজুলৈ খবৰ দিব নোৱাৰে তেতিয়া সেই অঙ্গ কিছুসময়ৰ বাবে অৱশ হৈ পৰে বা জিন জিনায় থকা অনুভৱ হয়

2.কি গছৰ ফলে পোহৰ দিয়ে

ফিলিপাইন দ্বীপপুঞ্জৰ বাংগীলুচ বেংগ গছৰ একো একোটা ফলে ১৫ মিনিট পোহৰ দিয়ে

3. কোন ঠাইৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ৰাতি কটায় ?

নিউ গায়নাৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ঘৰ সাজি সমবেত হৈ বাস কৰে

4. কোন দেশত তিনিমহীয়া শিশুক সাঁতোৰ শিকোৱা হয়

পশ্চিম জাৰ্মানীত

5. কি গছে পশু পক্ষী খায়

আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ কিছুমান অঞ্চলত মাংসহাৰী গছ আছে যিবোৰ পশু পক্ষী খায়

Check Also

Assam Govt new vacancy 2023

Assam Govt new vacancy 2023 – 32689 vacancies in 6 Department of Assam

Assam Govt new vacancy 2023 – 32689 vacancies in 6 Department of Assam, Good news …

USTM Recruitment 2023

USTM Recruitment 2023 – Staff Nurse, Ward boy and other vacancies

USTM Recruitment 2023 – Staff Nurse, Ward boy and other vacancies, University of Science & …

LGBRIMH Tezpur Recruitment

LGBRIMH Tezpur Recruitment 2023- Apply for 8 vacancies, Full details

LGBRIMH Tezpur Recruitment 2023 – 8 vacancies in Lokapriya Gopinath Bordoloi Regional Institute of Mental …

Diphu Medical College Recruitment 2023

Diphu Medical College Recruitment 2023 – 07 Vacancy, Full Notification out

Diphu Medical College Recruitment 2023 – 7 vacancies in Diphu Medical College & Hospital, Diphu, …