বিশেষ পৰীক্ষা ২০২১

বিশেষ পৰীক্ষা ২০২১ – Assam SEBA HSLC Exam

বিশেষ পৰীক্ষা ২০২১ – ছাত্ৰ ছাত্ৰীৰ বাবে নতুন এটা খবৰ আহিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ২০২১ বৰ্ষৰ মেট্ৰিকৰ ফলাফল লাভ কৰিছে , এতিয়া ছাত্র ছাত্ৰীয়ে পৰীক্ষা দিব পাৰিব, Assam HSLC/AHM Exam latest update

বিশেষ পৰীক্ষা ২০২১

বিশেষ পৰীক্ষা
হাইস্কুল শিক্ষান্ত আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল অসন্তুষ্ট ছাত্ৰ – ছাত্ৰীৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিশেষ সুযোগ , বিশেষ পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া পৰীক্ষাৰ্থীসকলে
ছখন প্ৰশ্ন কাকতৰ তাত্ত্বিক (থিয়ৰী) অংশৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হব লাগিব

👉ছেবাই প্ৰদান কৰা তথ্যৰ পৰা আভ্যন্তৰীণ মূল্যায়ন আৰু ব্যৱহাৰিক (প্ৰেক্টিকেল) পৰীক্ষাৰ নম্বৰ গ্ৰহন কৰা হব
👉নতুন মাৰ্কশ্বিট প্ৰদান কৰা হব
আবেদনৰ বাবে ৱেবছাইট
sebaonline.org

বিশেষ পৰীক্ষা ২০২১

👉 সুবিধা উপলব্ধি হব
৫-১২ আগষ্টলৈ
👉 বিদ্যালয় কৰ্তৃপক্ষৰ জৰিয়তে
ছাত্ৰ – ছাত্ৰী সকলে আবেদন কৰিব পাৰিব
👉 বিশেষ পৰীক্ষাৰ তাৰিখ যথা সময়ত অবগত কৰা হব