Assam Scholarship Application 2021

Assam Scholarship Application 2021 – Scholarship to differently abled students

Assam Scholarship Application 2021 Directorate of Social Welfare, Guwahati released a notification regarding Scholarship to differently abled students with Disabilities Pursuing Medical & Technical Education etc. 

Assam Scholarship Application 2021

ইয়াৰ দ্বাৰা অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ অন্তৰ্গত চিকিৎসা বিজ্ঞান আৰু কাৰিকৰী শিক্ষা পাঠ্যক্ৰমত অধ্যায়নৰত দিবাংগ ছাত্ৰ ছাত্ৰীৰ বাবে জালপানী (Scholarship to differently abled students with Disabilities Pursuing Medical & Technical Education etc.) আঁচনিৰ অধীনত ইচ্ছুক ছাত্ৰ ছাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ আবেদন পত্ৰ বিচৰা হৈছে, এই আঁচনিৰ অধীনত প্ৰতিজন দিবাং ছাত্ৰ ছাত্ৰীয়ে মাহে ৩০০০ হাজাৰ টকাকৈ লাভ কৰিব

ইচ্ছুক বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীয়ে আবেদন পত্ৰ সমূহ ইং ১৫ ছেপ্টেম্বৰ ২০২১ ৰ ভিতৰত জিলা সমাজ কল্যান বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব

আবেদনৰ বাবে প্ৰয়োজনীয় চৰ্তৱলী
1.অৱদেনকাৰী অসমৰ স্থায়ী বাসিন্দা হব লাগিব ( স্থায়ী বাসিন্দাৰ প্ৰমাণ গাঁঠি দিব)
2. ছাত্ৰ ছাত্ৰীসকল ৪০% বা ততোধিক শাৰীৰিক প্ৰতিবন্ধকতা থকাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব (স্বাস্থ্য বিভাগৰ প্ৰমাণ পত্ৰ অথবা UDID Card)
3. আবেদনকাৰী যিকোনো অভিযান্ত্ৰিক/ চিকিৎসা বিজ্ঞান/ পেৰামেডিকেল/ কাৰীকৰি শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা হব লাগিব
4. আবেদন পত্ৰৰ লগত একপি পাছপোৰ্ট আকাৰৰ ফটো গাঁঠি দিব লাগিব
Read also – DU Admission 2021

Assam Scholarship Application 2021