Home / Assam job / Assam Anganwadi Recruitment 2022 – Anganwadi Worker and Helper vacancy

Assam Anganwadi Recruitment 2022 – Anganwadi Worker and Helper vacancy

Assam Anganwadi Recruitment 2022Child Development Project Officer Jorhat has released a notification for the recruitment of Anganwadi Worker and Anganwadi Helper vacancy, অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক মহোদয়ৰ নিৰ্দেশ অনুসৰি ইয়াৰ দ্বাৰা যোৰহাট (গ্ৰাম্য) সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হল যে এই প্ৰকল্পত তলত উল্লেখ কৰা অঙ্গনবাদী কেন্দ্ৰ সমূহত অঙ্গনবাদী কৰ্মী আৰু অঙ্গনবাদী সহায়িকা পদ খালী হৈ আছে, এই পদ সমূহত নিয়োগৰ বাবে স্থানীয় ইচ্ছুক মহিলাৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে 

Assam Anganwadi Recruitment 2022

অঙ্গনবাদী কেন্দ্ৰৰ নামপদৰ নামগাঁও পঞ্চায়ৰ নং
১২৭ নং নিউ সোনোৱালঅঙ্গনবাদী কৰ্মী৬১ নং
১২৩ নং গঁড়মুৰীয়া (ক)অঙ্গনবাদী কৰ্মী৬১ নং
১২ নং বলিয়া গোহাঁইঅঙ্গনবাদী কৰ্মী৫১ নং
৪৬ নং কুমাৰ গাঁওঅঙ্গনবাদী সহায়িকা৫৩ নং
১৭৭ নং সদৰঅঙ্গনবাদী সহায়িকা৫৪ নং
২১২ নং দহোটীয়া ২ নংঅঙ্গনবাদী সহায়িকা৭০ নং
৪১ নং চৰাইবাহী মুছলিম গাঁওঅঙ্গনবাদী সহায়িকা৫০ নং
১৭ নং চেকনীধৰাঅঙ্গনবাদী সহায়িকা৫১ নং
১৯ নং উজনি বাঘমূৰীয়াঅঙ্গনবাদী সহায়িকা৫২ নং

আবেদনৰ নিয়মাৱলী সমূহ:
১. অ্ংগনবাদী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা পদৰ আবেদনৰ প্ৰাৰ্থী গৰাকী উল্লিখিত অ্ংগনবাদী কেন্দ্ৰৰ জৰীপ এলেকাৰ ভিতৰৰ স্থানীয় বাসিন্দা হ’ব লাগিব।
২. মিনি অ্ংগনবাদী কেন্দ্ৰ অ্ংগনবাদী কেন্দ্ৰৰ বাবেও প্ৰাৰ্থী কেন্দ্ৰৰ জৰীপ এলেকাৰ স্থানীয় বাসিন্দা হ’ব লাগিব।
৩. প্ৰাৰ্থীৰ বয়স ০১-০১-২০২২ তাৰিখত ১৮ বছৰৰ পৰা ৪৪ বছৰ হ’ব লাগিব।
৪. অ্ংগনবাদী কেন্দ্ৰৰ কৰ্মী/মিনি অ: কৰ্মী পদৰ বাবে শিক্ষাগত অৰ্হতা কমেও উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু অসম চৰকাৰৰ অধীনৰ অসম মাধ্যমিক শিক্ষা পৰিষদ বা অন্যান্য বড বা সংসদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব। যদি উক্ত এলেকাত উচ্চতৰ মাধ্যমিক (H.S.) পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী নাথাকে তেতিয়া H.S.L.C./AHM পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰিব।

৫. অ্ংগনবাদী সহায়িকা পদৰ বাবে প্ৰাৰ্থী H.S.L.C./AHM পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। যদি সেই এলেকাত কোনো H.S.L.C./AHM প্ৰাৰ্থী নাথাকে তেতিয়া প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা class IX পাছ/উত্তীৰ্ণ হ’লেও হ’ব। এনে ক্ষেত্ৰত শিক্ষাগত প্ৰমাণ পএত স্কুল কতৃপক্ষৰ আৰু Inspector of school ৰ স্বাক্ষৰ থাকিব লাগিব।
৬. অ্ংগনবাদী কেন্দ্ৰৰ অ্ংগনবাদী কৰ্মী/মিনি অ: কৰ্মী আৰু সহায়িকা পদৰ প্ৰাৰ্থী কেন্দ্ৰ এলেকাৰ স্থায়ী বাসিন্দা প্ৰমাণ পএ গাঁঠি দিব লাগিব। এই প্ৰমাণ পএ সংশ্লিষ্ট গাওবুঢ়া/সচিব/সভাপতি/সদস্যৰ পৰা ল’ব লাগিব।
৭. নৃত্য গীত, খেলা ধূলা তথা চিকিৎসা সেৱাৰ লগত জড়িত প্ৰশিক্ষণ প্ৰাপ্ত মহিলাক অগ্ৰাধিকাৰ দিয়া হ’ব।
৮. নিযুক্তি পোৱা অ্ংগনবাদী কৰ্মী/মিনি অ: কৰ্মী আৰু সহায়িকাক বিভাগৰ নিদ্বাৰণ কৰি দিয়া নিৰিখত পাৰিতোষিক দিয়া হ’ব।
৯. নিয়োগৰ ক্ষেত্ৰত বাছনি কমিটীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।

Last date: 21-03-2022

Assam Anganwadi Recruitment 2022

Check Also

Nemcare Group of Institutions Recruitment

Nemcare Group of Institutions Recruitment 2023 – Tutor, Professor etc posts

Nemcare Group of Institution Recruitment 2023 – Tutor, Professor etc posts, Nemcare Group of Institution …

HLFPPT Recruitment

HLFPPT Recruitment 2023 – Staff Nurse, Pharmacist, Laboratory Posts

HLFPPT Recruitment 2023 – Staff Nurse, Pharmacist, Laboratory Posts, Hindustan Latex Family Planning Promotion Trust …

JMCH Jorhat Recruitment

JMCH Jorhat Recruitment 2023 – ANM, Data Manager & Other posts

JMCH Jorhat Recruitment 2023 – ANM, Data Manager & Other posts, Jorhat Medical College & …

Majuli Judiciary Recruitment

Majuli Judiciary Recruitment 2023 – Apply for 2 Driver Posts

Majuli Judiciary Recruitment 2023 – 2 Driver vacancies in District and Sessions Judge, Majuli recently …