Home / Assam job / Assam PNRD MGNREGA Recruitment 2021- Women Mate vacancy

Assam PNRD MGNREGA Recruitment 2021- Women Mate vacancy

Assam PNRD MGNREGA Recruitment 2021 – পঞ্চায়ত আৰু গ্ৰাম্যন্নয়নৰ অধীনত খালি হৈ থকা পদ পূৰণৰ বাবে বিজ্ঞাপন মুকিল হৈছে, খালি হৈ থকা পদৰ নাম গ্ৰাম্য সখী নিয়োগৰ এক নতুন পদক্ষেপ লোৱা হৈছে

Assam PNRD MGNREGA Recruitment 2021

এই গ্ৰাম্য সখীসকলে মহাত্মা গান্ধী এন ৰেগা অচিনিৰ অধীনত জব কাৰ্ড ধাৰী সকলে কৰা কাম সমূহ চোৱাচিতা কৰিব
Name of post: Women Mate (গ্ৰাম্য সখী)
Eligibility (যোগ্যতা)
১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলা
সপ্তম শ্ৰেণীলৈ পঢ়া
দীন দয়াল অন্তদয়া আঁচনি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্য, জব কার্ডধাৰী তথা বছৰটোত মহত্মা গান্ধী এন ৰেগা আঁচনিৰ অধীনত নিম্নতম ৩০ দিন কাম কৰা মহিলাসকলে এই গ্ৰাম্য সখীৰ বাবে আবেদন কৰিব পাৰিব

Also read – B.Sc Nursing Admission 2021

Assam PNRD MGNREGA Recruitment 2021

এই গ্ৰাম্য সখী সকলক প্ৰতিদিন নিৰীক্ষণ কাৰ্যৰ বাবে বৰ্তমান ২৮০ টকাকৈ মজুৰি দিয়া হব
How to Apply (আবেদন কেনেকৈ কৰিব)
প্ৰ পত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয় তথা খণ্ড বিষয়ৰ কাৰ্যালয় সমূহত উপলব্ধ হব আৰু সেই কাৰ্যালয় সমূহত ৫ মে ২০২১ ৰ পৰা ২৫ মে ২০২১ ৰ ভিতৰত পূৰণ কৰি জমা দিব পাৰিব , আগৰ জাননীত আবেদন কৰা আবেদনকাৰী সকলে পুনৰ আবেদন কৰিব পাৰিব

Apply start: 5-May-2021
Last date: 25-May-2021
Notification – Click here
Application form

Check Also

Nemcare Group of Institutions Recruitment

Nemcare Group of Institutions Recruitment 2023 – Tutor, Professor etc posts

Nemcare Group of Institution Recruitment 2023 – Tutor, Professor etc posts, Nemcare Group of Institution …

HLFPPT Recruitment

HLFPPT Recruitment 2023 – Staff Nurse, Pharmacist, Laboratory Posts

HLFPPT Recruitment 2023 – Staff Nurse, Pharmacist, Laboratory Posts, Hindustan Latex Family Planning Promotion Trust …

JMCH Jorhat Recruitment

JMCH Jorhat Recruitment 2023 – ANM, Data Manager & Other posts

JMCH Jorhat Recruitment 2023 – ANM, Data Manager & Other posts, Jorhat Medical College & …

Majuli Judiciary Recruitment

Majuli Judiciary Recruitment 2023 – Apply for 2 Driver Posts

Majuli Judiciary Recruitment 2023 – 2 Driver vacancies in District and Sessions Judge, Majuli recently …