Home / Birthday Wishes / Assamese Happy Birth Day Wishes – Assamese Birthday wishes know details

Assamese Happy Birth Day Wishes – Assamese Birthday wishes know details

Assamese Happy Birth Day Wishes – Assamese Birthday wishes, অসমীয়া জন্মদিনৰ শুভেচ্ছা বাৰ্তা, অসমীয়াত জন্মদিনৰ শুভেচ্ছা বাৰ্তা এনেকৈ আপোনাৰ আপোনজন বা প্ৰিয়জনক দিব পাৰিব, Axomiyat janmmodinor wish korok, Assamese birthday quotes, Happy Birthday wish in Assamese language, Birthday SMS in Assamese

Assamese Happy Birth Day Wishes

আপুনি যদি কাৰোবাক জন্মদিনৰ শুভেচ্ছা বাৰ্তা মোবাইলৰ জৰিয়তে দিব বিচাৰিছে তেতিয়াহলে আপুনি তলত উল্লেখ কৰা Assamese Happy Birthday Wish Message বোৰ ব্যৱসাৰ কৰি আপুনি আপোনাৰ আপোনজন বা প্ৰিয়জনক জন্মদিনৰ wish কৰিব পাৰিব

Assamese Happy Birth Day Wishes

Copy Paragraph Text

তোমাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু তোমাৰ জীৱনটো যাতে হাঁহি ধেমালিৰ মাজত পাৰ হয় তাকে কামনা কৰিলোঁ Happy birth day.



Tumar Jannmodinor shuvessa gyapon korilo aru tumar jibonto jate hahi dhemalir majot par hoy take kamona korilu Happy birthday

Copy Paragraph Text

প্ৰথমতে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজিৰ এই বিশেষ দিনটো তোমাৰ বন্ধু বান্ধৱী লগতে মাক দেউতাকৰ লগত কেক কাটি জন্মদিন উপভোগ কৰক Happy birthday.



Prothomote janmmodinr shuvessa gyapon korilu aru ajir ai bikhek dinto tumar bondhu bandhobir logotr mak deutakor logt kek kati janmmodin upovog korok happy birthday

Copy Paragraph Text

জন্মদিনৰ শুভেচ্ছা থাকিল আৰু আগন্তুক দিনবোৰ যাতে সুন্দৰভাৱে পাৰ হয় কামনা কৰিলোঁ.



Jannmodinr shuvessa thakil aru aghantan dinbur jate xundhorvabe par hoy kamona korilo

Copy Paragraph Text

আশাকৰো আপোনাৰ এই বিশেষ জন্মদিনটো প্ৰেম, ভালপোৱা আৰু হাঁহিৰে ভৰা হব আৰু আপোনালৈ বহু জন্মদিনৰ শুভেচ্ছা প্ৰেৰণ কৰিছোঁোঁ.



Axa koro apunar ai bixekh janmmodinto prem, valpua aru hahire vora hb aru apunaloi bohu janmmodinr shuvessa prepron korisu