Birthday wishes in Assamese – Happy birthday wishes in Assamese, Assamese birthday wish, Assamese Happy birthday wishes, অসমীয়া জন্মদিনৰ শুভেচ্ছা বাৰ্তা, অসমীয়াত জন্মদিনৰ শুভেচ্ছা বাৰ্তা এনেকৈ আপোনাৰ আপোনজন বা প্ৰিয়জনক দিব পাৰিব, Axomiyat janmmodinor wish korok
Birthday wishes in Assamese
আপুনি যদি কাৰোবাক জন্মদিনৰ শুভেচ্ছা বাৰ্তা মোবাইলৰ জৰিয়তে দিব বিচাৰিছে তেতিয়াহলে আপুনি তলত উল্লেখ কৰা Assamese Happy Birthday Wish Message বোৰ ব্যৱসাৰ কৰি আপুনি আপোনাৰ আপোনজন বা প্ৰিয়জনক জন্মদিনৰ wish কৰিব পাৰিব
Happy birthday wishes in Assamese
আজি তোমাক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালোঁ,মোৰ আটাইতকৈ প্ৰিয় বন্ধু।এই বিশাল পৃথিৱী খনৰ ইমান বৰ মানুহৰ ভিতৰত মই মোৰ আটাইতকৈ প্ৰিয় বন্ধু হিচাপে তোমাৰ দৰে ব্যক্তি এজনক বিচাৰি পাইছোঁ।সঁচাকৈ মই বহুত ভাগ্যবান । শেষত আকৌ এবাৰ তোমালৈ জন্মদিনৰ বহুত বহুত মৰম যাচিলো বন্ধু.
Aji tumak jonmodinor hiyavora xuvessha jonalo,mor priyo bondhu.Ai bixal prithibi khonor eman bor manuhor vitorot moi mor ataitkoi priyo bondhu hisape tumar dore bekti ajonok bisari paisu .xosakoi moi bohut vagyoban.xekhot akou abar tumaloi jonmodinor bohut bohut morom jasilu bondhu.
জীৱনৰ আটাইতকৈ ডাঙৰ আনন্দ আৰু অন্তহীন আনন্দ আপোনাক উপহাৰ হিচাপে দিলো, কাৰণ আপুনি নিজেই পৃথিৱীৰ বাবে এটা উপহাৰ। গতিকে, আপুনিই শ্ৰেষ্ঠৰ যোগ্য হয়। জন্মদিনৰ ওলগ জনালোঁ।
Jibonor attaitkoi dangor anondo aru ontohin anondo apunak upohar hisapy dilu, karon apuni nijai prithibir babe ata upohar. Gotiky, apuni sresthor jugya hoi. Happy birthday.