Home / Assam job / Child Development Project Officer Recruitment 2022 – Anganwadi worker & Helper vacancy

Child Development Project Officer Recruitment 2022 – Anganwadi worker & Helper vacancy

Child Development Project Officer Recruitment 2022 Child Development Project Officer Sonari has released a notification for the recruitment of Mini Anganwadi Worker & Anganwadi Helper vacancy for female candidate

Child Development Project Officer Recruitment 2022

Name of post: Mini
i) Anganwadi Worker
ii) Anganwadi Helper
Remuneration
Mini Anganwadi Worker – Rs.3500/- + 12,50/-
Anganwadi Helper – Rs.2250/- + 1000/-
Age limit: 18 years to 44 years

Child Development Project Officer Recruitment 2022

Educational Qualification: (শিক্ষাগত অৰ্হতা)
i) অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু ক্ষুদ্ৰ (মিনি) অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী পদৰ প্ৰাৰ্থী গৰাকী ‘ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ‘ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত (HSSLC Exam passed from Assam Higher Secondary Educational Council ) বা অসম চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত কোনো বৰ্ড – কাউন্সিল,অসমৰ অন্তৰ্গত সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব।
অৱশ্যে এনে উল্লেখিত অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ অভাৱ হলে ‘ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ ৰ পৰা প্ৰৱেশিকা পৰীক্ষা- হাইমাদ্ৰাছা পৰীক্ষাত (HSLC/AHM Examination Pass from Board of Secondary Education, Assam) উত্তীৰ্ণ হব লাগিব।

ii) অংগনবাড়ী সহায়িকা পদৰ প্ৰাৰ্থী অসম মাধ্যমিক শিক্ষা সংসদৰ অধীনত প্ৰৱেশিকা পৰীক্ষা হাইমাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ হব লাগিব, অথবা অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত কোনো বৰ্ডৰ অন্তৰ্গত সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব, অৱশ্যে এনে উল্লেখিত অৰ্হতাপূর্ণ প্ৰাৰ্থীৰ অভাৱ হলে অনেক্ষেত্ৰত নৱম মান শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ দ্বাৰা Counter Signed কৰোৱা হব লাগিব

১/কেন্দ্ৰৰ নাম: ডোমৰ দলং ৩ নং লাইন
পঞ্চায়ত: চেপণ
পদৰ নাম: মিনি অঃ কৰ্মী
২/কেন্দ্ৰৰ নাম: বাৰেঘৰীয়া
পঞ্চায়ত: সৰ্বোদয়
পদৰ নাম: মিনি অঃ কৰ্মী
৩/কেন্দ্ৰৰ নাম: মৰাণ টাউন ১ নং ৱাৰ্ড
পঞ্চায়ত: মৰাণ টাউন
পদৰ নাম: অংগনবাড়ী সহায়িকা

৪/কেন্দ্ৰৰ নাম: মৰাণ টাউন ৬ নং ৱাৰ্ড
পঞ্চায়ত: মৰাণ টাউন
পদৰ নাম: অংগনবাড়ী সহায়িকা
৫/কেন্দ্ৰৰ নাম: চেপন চাহ বাগিচা (ক)
পঞ্চায়ত: চেপন
পদৰ নাম: অংগনবাড়ী সহায়িকা
৬/কেন্দ্ৰৰ নাম: খেৰণী পথাৰ আৰু ২ নং নিৰ্মলীয়া
পঞ্চায়ত: উদয়পুৰ
পদৰ নাম: অংগনবাড়ী সহায়িকা
৭/কেন্দ্ৰৰ নাম: মাজকোৱৰ গাঁও
পঞ্চায়ত: ভৰালী পুখুৰী
পদৰ নাম: অংগনবাড়ী সহায়িকা

সোনাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত খালী হৈ থকা তলত উল্লেখিত অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা আৰু অংগনবাড়ী কেন্দ্ৰৰ (মিনি) ৰ অংগনবাড়ী কৰ্মী পদৰ বিপৰীতে স্বেচ্ছামূলকভাৱে সেয়া আগবঢ়াবলৈ উক্ত এলেকাৰ স্থায়ী মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে

নিয়মাৱলী:
* প্ৰাৰ্থীসকল আবেদন কৰা অংগনবাড়ী কেন্দ্ৰৰ জৰীপ এলেকাৰ অন্তৰ্গত স্থায়ী বাসিন্দা হব লাগিব আৰু জৰীপ এলেকাৰ স্থায়ী বাসিন্দা হয় বুলি সংশ্লিষ্ট গাঁওবুঢ়া – পঞ্চায়তৰ সভাপতিৰ পৰা প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।
*চৰকাৰী জাননী নং SWD.449/2007/29, Dtd. 12/09/2007 অনুসৰি ৩ শতাংশ পদ বিশেষ ভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব। বিশেষ ভাবে সক্ষম প্ৰাৰ্থীৰ যাৱতীয় প্ৰমাণপত্ৰ সংশ্লিষ্ট স্বাস্থ্য ৱৰ্ডৰ পৰা সংগৃহীত হব লাগিব।
* প্ৰাৰ্থিসকল মাতৃ আৰু শিশুৰ কল্যাণৰ হকে নিষ্ঠা সহকাৰে কাম কৰাৰ প্ৰতি আগ্ৰহী হব লাগিব আৰু অনানুষ্ঠানিক প্ৰাক প্ৰাথমিক শিক্ষা, প্ৰাক শৈশৱ শিশুৰ যতন আৰু শিক্ষা, পৰিপূৰক পুষ্টি আদিকে ধৰি সংহত শিশু বিকাশ সেৱা আচনিয়ে সামৰা অনান্য সেৱাসমূহত সমাজক জড়িত কৰা হব লাগিব।
*মানসিকভাবে দুৰ্বল মন (Unsound mind) ৰ অধিকাৰী, দুৰ্বল স্বাস্থ্য (Poor Health) আৰু গুৰুতৰ অসুখত ভোগা, অপৰাধ সংক্ৰান্তীয় গোচৰত লিপ্ত হোৱা প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব নাকচ কৰা হব।

* বিদ্যালয় বা মহাবিদ্যালয়ৰ নিয়মীয়া ছাত্ৰীৰ উক্ত পদৰ পৰা বিবেচনা কৰা নহব।
* সদ্য নিযুক্তি প্ৰাপ্ত কোনো অংগনবাড়ী কৰ্মী – সহায়িকা আৰু আবেদন পত্ৰ গ্ৰহণ কৰা সময় সীমাৰ ভিতৰত অংগনবাড়ী কেন্দ্ৰৰ জৰীপ এলেকাৰ বাহিৰৰ পৰা প্ৰব্ৰজন হোৱা প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব নাকচ কৰা হব।
* প্ৰাৰ্থিসকলে আবেদনৰ লগতে নিজে প্ৰত্যায়িত কৰা শিক্ষাগত অৰ্হতা, নম্বৰ তালিকা,অন্যান্য অভিজ্ঞতা (যদি আছে), জাতিৰ প্ৰমাণপত্ৰ, সংশ্লিষ্ট এলেকাৰ বাসিন্দাৰ প্ৰমাণপত্ৰ, শাৰীৰিক অক্ষমতা ৰ প্ৰমাণপত্ৰ ইত্যাদিৰ নকল কপি দাখিল কৰিব লাগিব, অন্যথা সাক্ষাৎকাৰৰ পৰা প্ৰাৰ্থী‌ গৰাকী বঞ্চিত হব।
* প্রাৰ্থিসকলে কাৰ্যালয়ৰ পৰা নিৰ্ধাৰিত কৰা আবেদন পত্ৰ নিম্ন স্বক্ষৰকাৰী কাৰ্যালয়ৰ পৰা কাৰ্যালয় চলি থকা সময়ত সংগ্ৰহ কৰিব পাৰিব।

* প্ৰাৰ্থীৰ আবেদন অহা ইং ২৭/১২/২০২১ তাৰিখৰ পৰা ১০/০১/২০২২ তাৰিখলৈ পুৱা ১০-০০ বজাৰ পৰা বিয়লি ৩-০০ বজাৰ ভিতৰত কাৰ্যালয়ত গ্ৰহণ কৰা হব।
* সাক্ষাৎকাৰৰ দিন, সময় আৰু স্থান ইত্যাদি সেই এলেকাৰ মুখ্য সেৱিকা আৰু স্থানীয় গাঁওবুঢ়াৰ জৰিয়তে জনোৱা হব।
* আবেদন পত্ৰ দাখিল কৰা বিবেচিত প্ৰাৰ্থিসকলক ব্যক্তিগতভাৱে কোনো যোগাযোগ কৰা নহয়। অসম্পূৰ্ণ বা অশুদ্ধ আবেদন নাকচ কৰা হব।
* সেৱা আগবঢ়াবলৈ বিবেচিত হোৱা প্রাৰ্থীসকলে পৰৱৰ্তী পৰ্যায়ত চৰকাৰী চিকিৎসকৰ পৰা নিজৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য সম্পৰ্কীয় (Medical Certificate) প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।
* কোনো ভুল তথ্য বা নথি দাখিল কৰি যদি কোনো প্ৰাৰ্থী বিবেচিত হয়, পিছত প্ৰমাণিত হলে সেই প্ৰাৰ্থীক নিৰ্দিষ্ট পদৰ পৰা বৰ্খাস্ত কৰা হব।

Child Development Project Officer Recruitment 2022

 Notification Click here

Check Also

District and Sessions Judge Charaideo Recruitment 2023

District and Sessions Judge Charaideo Recruitment 2023 – 10 Process Server & UD Assistant vacancy

District and Sessions Judge Charaideo Recruitment 2023 – 5 Process Server vacancy, District Session Judge …

Animal Husbandry & Veterinary Recruitment

Animal Husbandry & Veterinary Recruitment 2023 – 9 Veterinary Officer & Laboratory Assistant vacancy, Full notification out

Animal Husbandry & Veterinary Recruitment 2023 – 9 Veterinary Officer, Laboratory Assistant vacancy & Office …

DC Bongaigaon Lot Mandal Recruitment Computer Test

DC Bongaigaon Lot Mandal Recruitment Computer Test 2023 – Know schedule details.

DC Bongaigaon Lot Mandal Recruitment Computer Test 2023, Deputy Commissioner Bongaigaon released a notification for …

Kendriya Vidyalaya Tamulpur Recruitment 2023

Kendriya Vidyalaya Tamulpur Recruitment 2023 – Teacher & Nurse vacancies

Kendriya Vidyalaya Tamulpur Recruitment 2023, Teacher & Nurse vacancies, PGT, TGT, PRT, Computer Instructor, Special …