Home / Scholarship / Scholarship to the differently Abled Student 2021 – Fill up Scholarship form

Scholarship to the differently Abled Student 2021 – Fill up Scholarship form

Scholarship to the differently Abled Student 2021Directorate of Secondary Education, Assam released a notification regarding Scholarship to the differently Abled Student

Scholarship to the differently Abled Student 2021

Scholarship Amount
Class IX and X – Rs.4800/- pa
Class XI and XII – Rs.6000/- pa

দিব্যাঙ্গ (Differently Abled) ছাত্ৰ- ছাত্ৰীৰ বাবে জলপানি
অসম চৰকাৰৰ মাধ্যমিক শিক্ষা ( Secondary Education) ৰ অন্তৰ্গত “Scholarship to The Differently Abled Student” অৰ্থাৎ দিব্যাঙ্গ ছাত্ৰ ছাত্ৰীসকলৰ বাবে থকা জলপানি আঁচনিৰ অধীনত আবেদন বিচৰা হৈছে।অসম চৰকাৰৰ অধীনৰ প্ৰাদেশীকৃত আৰু চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ বাবে বছৰি ৪,৮৩০/- টকাকৈ আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে ৬,০০০ টকাকৈ জলপানি আগবঢ়োৱা হব।

আবেদনৰ নিয়মাৱলী
*বিশেষ ভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকল ২০২১-২০২২ বৰ্ষত নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা হব লাগিব।
*ছাত্ৰ ছাত্ৰী অসম চৰকাৰৰ অধীনৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত অধ্যয়ন কৰি থকা হব লাগিব

আবেদনকাৰীৰ কৰণীয় আৰু অন্তিম তাৰিখ:
*ছাত্ৰ- ছাত্ৰীয়ে প্ৰ- পত্ৰ বিদ্যালয়ত জমা দিয়া অন্তিম তাৰিখ ১০ ডিচেম্বৰ ২০২১l
*বিদ্যালয় কৰ্তৃপক্ষই এই প্ৰ – পত্ৰ পৰীক্ষা কৰাৰ পিছত বিদ্যাল়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ১৭ ডিচেম্বৰ ,২০২১ তাৰিখত ভিতৰত জমা দিব লাগিব।
* বিদ্যালয়সমূহৰ পৰিদৰ্শকে সকলো প্ৰ- পত্ৰ পৰীক্ষা কৰি ২৪ ডিচেম্বৰ , ২০২১ ৰ ভিতৰত মাধ্যমিক শিক্ষা সঞ্চালকৰ ‘ পৰীক্ষা আৰু প্ৰশিক্ষণ ‘ শাখাত ( ET Branch)পোৱাকৈ অত্যাৱশ্যকীয় নথি ,পত্ৰৰ সৈতে পঠিয়াব লাগিব।
* শুদ্ধ আৰু যথোচিত আবেদনকাৰীয়ে অহা মাৰ্চ, ২০২২ ৰ ভিতৰত জলপানি ধন নিৰ্দিষ্ট Bank Account ৰ জৰিয়তে লাভ কৰিব।

Scholarship to the differently Abled Student 2021

Official websiteclick here

Check Also

SC Scholarship 2022

SC Scholarship 2022 – Pre and Post Matric Scholarships

SC Scholarship 2022– SC Pre Matric Scholarship & SC Post Matric Scholarship Application form out, …

Scholarship for SC Students of Assam 2022

Assam SC Scholarship 2022 – Pre Matric Scholarship

Assam SC Scholarship 2022 – Scholarship for SC Students of Assam, Apply for Pre Matric …

Girls Students Scholarship 2021

Girls Students Scholarship 2021: Apply online Minority Girls students scholarship

Girls Students Scholarship 2021 – Directorate of Secondary Education Assam released a notification regarding filling up …

scholarship online

Scholarship Application form 2021 – Apply online Scholarship

Scholarship Application form 2021 – Good News for all students, released 3 new Scholarship notification, …